ASSEB Class 12 Assamese (MIL) Question Paper 2022

Get, ASSEB Class 12 Assamese (MIL) Question Paper 2022 PDF HS 2nd Year Question Papers
In this post, we have shared the ASSEB Class 12 Assamese (MIL) Question Paper 2022 PDF. This Assam Board Class 12 Assamese MIL Question Paper is a valuable resource for HS 2nd Year students of the Assam Board. We recommend reading the ASSEB Class 12 Assamese MIL Question Paper 2022 thoroughly from start to finish to strengthen your preparation and boost your confidence for the upcoming exams.
ASSEB Class 12 Assamese (MIL) Question Paper 2022

32T MASS

2022

ASSAMESE

(MODERN INDIAN LANGUAGE)

(NEW COURSE)

Full Marks: 100

Pass Marks: 30

Time: Three hours


The figures in the margin indicate full marks for the questions.


1.তলব যিকোনো সাতোটা প্রশ্নব কেবল উত্তর লিখাঃ.        1 x 7 = 7


(ক) 'মাজিউ' বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল?


(খ) সাহিত্য অকাদেমি বঁটা বিজয়ী প্রথমগৰাকী অসমীয়া সাহিত্যিক কোন?


(গ) প্রাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ কোনে বিশেষ গৌৰৱ অনুভৱ কৰিছিল?


(ঘ) হস্তি-বিদ্যাৰ্থ-সাৰ-সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল?


(ঙ) তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্যগ্রন্থখনৰ নাম কি?


(চ) 'চিঠি' চুটিগল্পটি শীলভদ্রর কোনখন সংকলনবপৰা লোৱা হৈছে?


(ছ) ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিখনৰ নাম লিখা।


(জ) ব্ৰজেন বৰুৱা পৰিচালিত আৱেগমিশ্রিত থ্রিলারধর্মী প্রথম অসমীয়া ছবিখনৰ নাম লিখা।


(ঝ) বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসম্মত কাৰণ কি?


(ও) 'উপকল্প' শব্দৰ অৰ্থ লিখা।


2.তলৰ যিকোনো সাতোটা প্রশ্নৰ উত্তৰ লিখাঃ                                                                2x7=14


(ক) লক্ষ্মীনাথ বেজবৰুৱাই লিখা দুখন হাস্য-ব্যংগ ৰচনাৰ নাম লিখাঁ।


(খ) 'ফরিয়াদ' আৰু 'সঁচারকাঠী' শব্দৰ অৰ্থ লিখাঁ।


(গ) কথা কবিতাৰ দুটা বৈশিষ্ট্য লিখ।।


(ঘ) “তোমারে আনন্দ বৰুৱাই...' কবিতার শালীটো কোনজন কৰিব কোনটো কবিতাৰ পৰা তুলি অনা হৈছে৷


( ঙ) আনন্দৰাম বৰুৱাৰ মতে কর্মর স্বরূপ কি?


(ঢ) 'অস্তিবিদ্যার্থর পৃথি' শীর্ষক প্ৰবন্ধটো কোন চনত কোনখন আলোচনীত প্রকাশ পাইছিল?



(ছ) প্রকৃত ত্যাগ মানে কি বুজা?


(জ) বর্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গৈছে?


(ঝ) ‘এৰা বাটৰ সুৰ' ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্রতিভাধৰৰ নাম


(ঞ) বিজ্ঞানীৰ কাম কি?



3.প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা : (যিকোনো এছোৱা).           4x1= 4


(ক) “কি হল, একো কথা নাই— ইয়াৰ কাৰণে অশেষ ধন্যবাদ — ইও যে এটা দান।”


(খ) “ভাৰতীয় সংস্কৃতির মূলাধাৰ বেদ।”


(গ) “আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান।"


4.যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা                                                                5x2 = 10


(ক) ডিবুৰুগড়ৰ থিয়েটাৰ অৰ্থাৎ বংগশালাৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাই কোৱা কথাখিনি পাঠৰ আধাৰত লিখাঁ।


(খ) ওৰুৱে শিক্ষার্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল তোমাৰ ভাষাৰে


(গ) অসমীয়া চলচ্চিত্র জগতলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে পাঠৰ আধাৰত


(ঘ) বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়?


5.তলব যিকোনো পাঁচোটা প্রশ্নৰ কেৱল উত্তৰ লিখা :                        1x5=5


(ক) “উঠবে উঠ বাপু গোপাল হে? বর্গীতটি কি ৰাগত বন্ধা?


(খ) "তেজ" শব্দৰ অৰ্থ লিখা।


(গ) অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধারা প্রথম কোনগৰাকী কবির কবিতাত প্রকাশ পাইছিল?


(ঘ) 'জাগৃতি' কাব্যগ্রন্থৰ বচয়িতা কোন?


(ঙ) পূজাৰ ১৬ বিধ উপকৰণক এটা শব্দত কি বুলি কোৱা হয়?


(চ) “বিশ্ব শিল্পী মহাবিশ্বৰ কবিয়ে কার 'বিশ্ব শিল্পী' বুলি অভিহিত কৰিছে?


(ছ) "পছোবা" আলোচনী কোনগবাকী সাহিত্যিকে সম্পাদনা কৰিছিল?


(জ) ‘কৰুণতম' কবিতাটিৰ আধাৰ লোকজীৱন— কথাযার শুদ্ধনে?


6.তলৰ যিকোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ লিখা :                                                 2x5=10


(ক) বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ লিখা।


(ঘ) সহ আৰু ৰজঃ গুণ কি?


(গ) মালিনীবালা দেবীয়ে ঊষাৰ আগমনৰ বৰ্ণনা কেনেদৰে দিছে?


(ঘ) জনতার আহ্বান কবিতাটিত করিয়ে কাৰ জয়ৰ কথা ঘোষণা কৰিছে?


(উ) কাঠমিস্ত্রীয়ে ৰাণ্ডাৰ হেঁচাবে কি কি গছৰ কাঠক মনোহৰ ৰূপ দিয়েও


(5) অর্থ মিথ : 'মোক তোল আঘোণ', 'তেড হালধীয়া'।


7.প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা : (যিকোনো এফাঁকি).                             4x1=4


(ক) “সিদ্ধ মুনিগণে চিন্তিয়া নপারে


সো হৰি যশোৱা কোলে।


ত্ৰিজগত পতি ভকতি মিলিল মুৰুখ মাধৱে বোলে।।”


(খ) “আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা, মন-হাঁহ খেদি খেদি বন শেষ হ'ল আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে।”


(গ) “ম‍ই মোক


মোৰ সন্তানৰ কাৰণে


ক'ত থৈ যাম


ক'ত??”


8.তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা :                                           3x2=6


(ক) ড° বাণীকান্ত কাকতি, কালিৰাম মেধি আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতসমূহক কি বুলি কৈছে লিখাঁ।


(খ) নলিনীবালা দেৱীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল? তেখেতৰ আধ্যাত্মিক ভাবৰ ব্যঞ্জনা প্রতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখাঁ। 


(গ) কুৰি শতিকাৰ চল্লিছৰ দশকত বিশেষ ভূমিকা পালন কৰা তিনিখন আলোচনীৰ নাম


(ঘ) কবিৰ মতে পৃথিবীলৈ 'নতুন মানুহ আহিলে কি কি পৰিৱৰ্তন হ'ব?


9. তলব যিকোনো দুটা প্ৰশ্নৰ কেৱল উত্তৰ লিখা :                                 1x2=2


(ক) মহর্ষি টলষ্টয়র মতে সৌন্দর্যবোধ কিছু


(খ) মূল্যবোধৰ 'ত্রিনীতি' কি?


(গ) জীৱনৰ নৱজাগৰণৰ সময় বুলি কোনছোৱা কালক কোৱা হয়?


(ঘ) কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়?


10। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঁ : 2 x2 = 4

(ক) ভাৰতীয় দৰ্শনে মূল্যবোধক কি চাৰিটা শ্ৰেণীত ভাগ কৰিছে?


(খ) নৈতিক স্বতন্ত্রতা বুলিলে কি বুজা?


(গ) মানসিক শক্তি মানে কি?


(ঘ) কিশোৰ সংস্কৃতি কাক বোলে?


11। তলব যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিবাঁ :.             4 x 1 = 4


(ক) নন্দনতাত্ত্বিক মূল্যবোধ সম্পর্কে চমুকৈ লিখা।


(খ) 'কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল পৰিচিতিৰ সংঘাত।' — ব্যাখ্যা কৰাঁ।


12। চমুকৈ লিখাঁ : (যিকোনো দুটা).                      3x2=6


(ক) বিভক্তি কাক বোলে? অসমীয়া ভাষাত বিভক্তি প্রধানতঃ কেই প্ৰকাৰৰ?


(খ) তদ্ধিত প্রত্যয় কাক বোলে? দুটা উদাহৰণ দিয়া।


(গ) জতুৱা ঠাঁচ বুলিলে কি বুজা? জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ কি কি?


13। তলব যিকোনো দুটা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্রত্যয় যোগ হৈছে লিখাঁ ও


খেতিয়ক, নদীয়াল, মগনিয়ার, খারন, দীর্ঘতম, বিহুৱা, যুঁজাৰু, বেগাই, কপহুরা। 1x6=6


14। তলত দিয়া জতুৱা ঠাঁচবোৰৰ অর্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা (যিকোনো চাৰিটা)


আঁঠুরা তলব মহ, একাদশত বৃহস্পতি, গোৰ মাৰি গংগাত পেলোৱা, চকু চৰহা, নপতা ফুকন, পানীৰ তলৰ কাইট, লেক্‌লৌ পৰুৱা, সাত বিহুৰ সৈয়া কণী, হাত দীঘল।


15  তলত যিকোনো এটি বিষয় বাহি লৈ এখন ৰচনা লিখা : 10


(ক) ক’ভিদকালীন সময়ৰ ইতিবাচক আৰু নেতিবাচক দিশ (আৰম্ভণি ল'বলগীয়া ক'ভিদ-১৯ মানে কি? বিশ্ব জুৰি ইয়াৰ ভয়াবহতা ইতিবাচক দিশ নেতিবাচক দিশ সামৰণি।) সাবধানতা  (আৰম্ভণি - ক্ষুদ্র উদ্যোগ আৰু ইয়াৰ শ্ৰেণী বিভাগ ক্ষুদ্র উদ্যোগৰ সম্প্ৰসাৰণ বাণিজ্যিকীকৰণ অসমত ক্ষুদ্র উদ্যোগৰ ক্ষেত্ৰত দেখা পোৱা সমস্যা আর্থিক সবলীকৰণৰ ক্ষেত্ৰত ক্ষুদ্র উদ্যোগৰ ভূমিকা সামৰণি।)


(থ) অসমৰ ক্ষুদ্র উদ্যোগ : সম্প্ৰসাৰণ আৰু বাণিজ্যিকীকরণ


(গ) জ্ঞানপীঠ অথবা সাহিত্য অকাদেমি বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক


(আৰম্ভণি সাহিত্যিকগৰাকীৰ পৰিচয় সাহিত্যকৃতি – সাহিত্যিকগৰাকীৰ বঁটাপ্ৰাপ্ত গ্ৰন্থ / সাহিত্যৰাজিৰ সামগ্রিক বিশ্লেষণ – সামৰণি।)


(ঘ) সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ


(সামাজিক মাধ্যম কিছু সামাজিক মাধ্যমৰ বিভিন্ন প্রকার অপকাৰিতা আৰু উপকারিতা মানসিক আৰু শাৰীৰিক প্ৰতিক্ৰিয়া সামৰণি।)


-00000-


FAQs on ASSEB Class 12 Assamese (MIL) Previous Year Question Papers


Q1. What is the benefit of solving the ASSEB Class 12 Assamese MIL Previous Year Question Papers?

Ans: Solving the Previous question paper helps students understand the exam pattern, marking scheme, and the types of questions frequently asked, which improves their exam preparation.


Q2. Is the Assam Board HS 2nd Year Assamese mil question paper suitable for current year exam preparation?

Ans: Yes, it is still useful. The core syllabus remains similar, so practicing this paper can help students revise important topics effectively.


Q3. Where can I download the ASSEB Class 12 Assamese MIL Previous Question Paper in PDF?

Ans: The PDF is available only on The Treasure Notes Assam's No. 1 Educational Website where you can get all the PYQ's and Solved PYQ's of Assam Board.


Q4. Can this question paper help in understanding the ASSEB HS 2nd Year Assamese MIL exam pattern?

Ans: Absolutely. This paper gives a clear idea of how questions are framed and what areas need more focus.


Last Word


The ASSEB Class 12 Assamese (MIL) Question Paper 2022 serves as an essential tool for students aiming to score well in the Assam State School Education Board HS 2nd Year Assamese MIL exam. By going through this paper carefully, you can get a better grasp of important questions, improve your writing skills, and boost your confidence. Make it a part of your daily study routine and pair it with regular revision for the best results. All the best for your exams!